ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ সাৰ ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

সাৰ   বিশেষ্য

ଅର୍ଥ : খেতিৰ ফচল বৃদ্ধি হʼবৰ কাৰণে খেতিত দিয়া গেলা-পচা বস্তুৰে প্রস্তুত কৰা পদার্থ ্ বা কৃত্রিম পদার্থ

ଉଦାହରଣ : খেতিত সাৰ প্রয়োগ কৰিলে তাৰ উর্বৰ্া শক্তি বৃদ্ধি হয়

ଅର୍ଥ : গৰুৰ মল বা বিষ্ঠা

ଉଦାହରଣ : হিন্দু ধার্মিক অনুষ্ঠানত গোবৰৰ আৱশ্যক হয়

ସମକକ୍ଷ : গো-পুৰীষ, গো-বিষ্ঠা, গোবৰ, গোমল, গোময়

ଅର୍ଥ : কোনো পদার্থ আদিৰ বাস্তৱিক বা প্রধান অংশ

ଉଦାହରଣ : এই অধ্যায়টোৰ সাৰ এইটোৱেই যে আমি সদায় সঁ্চা কথা কোৱা উচিত

ସମକକ୍ଷ : তত্ত্ব, শ্রেষ্ঠাংশ, সাৰ তত্ত্ব, সাৰ বস্তু