ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : যি বস্তু কোনো কামত ব্যৱহাৰ কৰা হয়
ଉଦାହରଣ : ইটা, চিমেণ্ট আদি সামগ্রী ঘৰ সজা কামত লাগে
ସମକକ୍ଷ : পদার্থ, বস্তু, মাল, মাল-বস্তু
ଅର୍ଥ : কোনো বস্তু সাজিবলৈ বা কোনো কামত ব্যৱহৃত বস্তু
ଉଦାହରଣ : তেওঁ ্ বজাৰৰ পৰা নিজৰ লʼৰা-ছোৱালীৰ কাৰণে বিভিন্ন ধৰণৰ খেলা সামগ্রী কিনিলে
ସମକକ୍ଷ : উপকৰণ, সাধন
ଅର୍ଥ : বাস্তৱিক বা কল্পিত সত্তা
ଉଦାହରଣ : বতাহ এক বিমূর্ত্ত বস্তু
ସମକକ୍ଷ : বস্তু
ସଂସ୍ଥାପନ କରନ୍ତୁ