ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ সাধন ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

সাধন   বিশেষ্য

ଅର୍ଥ : কার্য আৰম্ভ কৰি সিদ্ধ বা সম্পূর্ণ ্কৰা কার্য

ଉଦାହରଣ : তেওঁ ্যোগৰ দ্বাৰা স্বাস্থ্য সাধনত নিপুনতা লাভ কৰিলে

ଅର୍ଥ : যাৰ সহায়ত কোনো কাম সমাধা কৰা হয়

ଉଦାହରଣ : কুঠাৰ এবিধ সাধাৰণ সঁজুলি

ସମକକ୍ଷ : উপকৰণ, যতন, সঁজুলি, হাতিয়াৰ, হাথিয়াৰ

ଅର୍ଥ : যাৰ দ্বাৰা বা যাৰ সহায়ত কোনো কাম আদি সিদ্ধি হয়

ଉଦାହରଣ : বাহন ভ্রমণৰ এক মাধ্যম

ସମକକ୍ଷ : মাধ্যম

ଅର୍ଥ : কোনো বস্তু সাজিবলৈ বা কোনো কামত ব্যৱহৃত বস্তু

ଉଦାହରଣ : তেওঁ ্ বজাৰৰ পৰা নিজৰ লʼৰা-ছোৱালীৰ কাৰণে বিভিন্ন ধৰণৰ খেলা সামগ্রী কিনিলে

ସମକକ୍ଷ : উপকৰণ, সামগ্রী