ଅର୍ଥ : সাজ-সজ্জা কৰা বা সজ্জিত হোৱা কার্য
ଉଦାହରଣ :
বেছিভাগ মহিলাই সাজোন-কাচোন কৰিহে ঘৰৰ পৰা বাহিৰলৈ ওলায় মোৰ সাজোন-কাচোন কৰি ভাল নালাগে
ସମକକ୍ଷ : সাজোন-কাচোন
ଅର୍ଥ : অলংকৃত কৰা বা সজোৱা কার্য
ଉଦାହରଣ :
ৰাজকুমাৰৰ ৰাজ-অভিষেক উপলক্ষে ৰাজপ্রাসাদৰ সাজ-সজ্জা চকুত লগা ধৰণে কৰিছিল
ସମକକ୍ଷ : অলংকৰণ
ଅର୍ଥ : আ-অলংকাৰ, কাপোৰ আদিৰে স্ত্রীসকলে নিজকে নিজে সজোৱা কার্য
ଉଦାହରଣ :
সীতাই প্রসাধন-কক্ষত এঘণ্টা ধৰি ৰূপসজ্জা কৰি আছে
ସମକକ୍ଷ : শৃংগাৰ, শৃঙ্গাৰ, সাজোন-কাচোন, ৰূপসজ্জা