ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ সাগৰীয় ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

সাগৰীয়   বিশেষণ

ଅର୍ଥ : সমুদ্র সম্বন্ধীয় বা সমুদ্রৰ

ଉଦାହରଣ : তিমি একপ্রকাৰ সামুদ্রিক জীৱ

ସମକକ୍ଷ : সামুদ্রিক

ଅର୍ଥ : যি জাহাজ বা নৌপৰিবহন আদিৰ সৈতে সম্বন্ধিত বা যʼত নৌপৰিবহন, নাৱিক আদি জড়িত হৈ থাকে

ଉଦାହରଣ : সাগৰীয় সন্মিলনৰ সময়ত নাৱিকসকলক নতুন নতুন কথাৰ সৈতে পৰিচিত কৰোৱা হʼল

ଅର୍ଥ : সাগৰৰ পৰা উৎপন্ন

ଉଦାହରଣ : তেওঁ মুকুতা, শংখ আদি সাগৰীয় বস্তুৰ ব্যৱসায় কৰে

ସମକକ୍ଷ : সামুদ্রিক