ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : পৃথিৱীৰ স্থলভাগ আৱৰি থকা বিশাল জলৰাশি:সাগৰৰ পানী লুণীয়া ব্রহ্মপুত্র নদী বঙ্গোপসাগৰত মিলিত হৈছে
ଉଦାହରଣ :
ସମକକ୍ଷ : অম্বুধি, অম্বুনিধি, অম্ভোধি, উদধি, জলধি, জলধৰ, জলনিধি, জলাধিপ, তোয়ধি, পয়োধি, পয়োনিধি, বাৰিধি, বাৰীন্দ্র, সমুদ্র, সিন্ধু, ্ ৰত্নগর্ভা
ଅର୍ଥ : যাৰ মাত্রা, আয়তন আদি পাৰাপাৰহীন
ଉଦାହରଣ : তেওঁ প্রেমৰ ্সাগৰ
ସମକକ୍ଷ : সমুদ্র
ଅର୍ଥ : কোনো বিষয়ৰ জ্ঞান বা গুণ আদিৰ বহুত ডাঙৰ আগাৰ
ଉଦାହରଣ : সন্ত কবীৰ জ্ঞানৰ ভাণ্ডাৰ আছিল
ସମକକ୍ଷ : ভঁ্ৰাল, ভাণ্ডাৰ
ସଂସ୍ଥାପନ କରନ୍ତୁ