ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : কোনো ঘটনা আদিৰ বিষয়ত কাৰোবাৰ সন্মুখত এইবুলি কোৱা কার্য যে এনেকুৱাই হʼল বা নহʼল বা এনেকুৱাই হয় বা নহয়
ଉଦାହରଣ : আজিকালি মানুহে টকাৰ কাৰণে মিছা সাক্ষীও দিবলৈ কুণ্ঠাবোধ নকৰে
ସମକକ୍ଷ : সাক্ষী
ଅର୍ଥ : কোনো কথাৰ সত্য বা অসত্য নি্র্ণয় কৰিবলৈ দিয়া বক্তব্য বা তত্ত্ব
ଉଦାହରଣ : প্রমাণ নোপোৱাৰ কাৰণেই অপৰাধীজন বাচি গʼল
ସମକକ୍ଷ : চবুত, প্রমাণ
ସଂସ୍ଥାପନ କରନ୍ତୁ