ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ সাক্ষী ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

সাক্ষী   বিশেষ্য

ଅର୍ଥ : কোনো ঘটনা আদিৰ বিষয়ত কাৰোবাৰ সন্মুখত এইবুলি কোৱা কার্য যে এনেকুৱাই হʼল বা নহʼল বা এনেকুৱাই হয় বা নহয়

ଉଦାହରଣ : আজিকালি মানুহে টকাৰ কাৰণে মিছা সাক্ষীও দিবলৈ কুণ্ঠাবোধ নকৰে

ସମକକ୍ଷ : সাক্ষ্য

ଅର୍ଥ : যিয়ে কোনো ঘটনা নিজ চকুৰে দেখিছে

ଉଦାହରଣ : পুলিচে এই হত্যাটোৰ সন্দর্ভত প্রত্যক্ষদর্শীৰ সৈতে সোধ-পোচ কৰিছে

ସମକକ୍ଷ : প্রত্যক্ষদর্শী

ଅର୍ଥ : যিজনে কোনো বিবাদৰ বিষয়ত নিজৰ অভিজ্ঞতাৰ বিষয়ে কয়

ଉଦାହରଣ : এই মোকর্দ্্মাত প্রতিপক্ষই মিছা সাক্ষী উপস্থিত কৰালে