ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : দিন আৰু ৰাতিৰ সন্ধিক্ষণ, যি সময়ত গৰু-গাই চৰি ঘূৰি আহোঁতে পথত ধূলি উৰে
ଉଦାହରଣ : তেওঁ গধূলিতে ঘৰৰ পৰা ওলাল
ସମକକ୍ଷ : গধূলা, গধূলি, গধূলি-বেলিকা, গধূলিবেলা, দিনান্ত, মগৰীব, সন্ধিয়া, সন্ধ্যা, সন্ধ্যাবেলা, সায়াহ্ন
ସଂସ୍ଥାପନ କରନ୍ତୁ