ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : বহুত ওচৰৰ বা বহুত কাষৰ
ଉଦାହରଣ : ৰাম মোৰ ঘনিষ্ঠ বন্ধু ৰাম আৰু শ্যামৰ মাজত অন্তৰঙ্গ বন্ধুত্ব আছে
ସମକକ୍ଷ : অন্তৰংগ, অন্তৰঙ্গ, অন্যতম, আপোন, গাঢ়, ঘনিষ্ঠ, নলে-গলে লগা, সনা-পিঠা
ଅର୍ଥ : যাৰ দয়া আছে
ଉଦାହରଣ : দয়ালু লোকে সদায় আনক সহায় কৰে ভগবান সকলোৰে প্রতি দয়াশীল
ସମକକ୍ଷ : কাৰুণিক, কৃপাময়, কৃপালু, কৃপাশীল, কৰুণাময়, দয়াময়, দয়ালু, দয়াশীল, মৰমিয়াল, সদয় চিত্ত
ଅର୍ଥ : বিশেষভাৱে যাৰ মনত কোমল ভাবৰ সহজে প্রভাৱ পৰে
ଉଦାହରଣ : মই কোৱা ৰামৰ কাহিনী শুনি ্তেওঁ ্ভাবুক হৈ পৰিল
ସମକକ୍ଷ : অনুভূতি প্রৱণ, ভাব প্রৱণ, ভাবুক, ভাৱক, সহৃদয়ী
ସଂସ୍ଥାପନ କରନ୍ତୁ