ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : যি ব্যক্তিয়ে কোনো কাম আদিত সহযোগ কৰে
ଉଦାହରଣ : এই কামত তেওঁ ্ মোৰ সহযোগী
ସମକକ୍ଷ : সহকাৰী, সহযোগকাৰী, সহযোগী, সহযোগী ব্যক্তি
ଅର୍ଥ : যিজন কোনো কাম কৰিবৰ কাৰণে সহায়ক স্বৰূপ হয়
ଉଦାହରଣ : সহযোগীৰ অবিহনে এই কামটো সম্পূর্ণ নহʼব
ସମକକ୍ଷ : উপসহায়ক, পালি, সহযোগী
ଅର୍ଥ : যি কোনো কাম আদিত সহায় কৰে
ଉଦାହରଣ : ৰাম মোৰ সহযোগী
ସମକକ୍ଷ : সহযোগী
ସଂସ୍ଥାପନ କରନ୍ତୁ