ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : সামান্য বা সাধাৰণ হোৱাৰ ভাব বা অৱস্থা
ଉଦାହରଣ : চাৰিত্রিক সৰলতা ডাঙৰ-ডাঙৰ বিদ্বানৰ এক গুণ
ସମକକ୍ଷ : অমায়িকতা, ঋজুতা, সামান্যতা, সৰলতা
ଅର୍ଥ : স্বাভাৱিক হোৱা অৱস্থা
ଉଦାହରଣ : মীৰাৰ বিৰহ গীতত সমকালীন কবিসকলৰ তুলনাত স্বাভাৱিকতা অধিক বিচাৰি পোৱা যায়
ସମକକ୍ଷ : অকৃত্রিমতা, স্বাভাৱিকতা
ଅର୍ଥ : সহজ হোৱা অৱস্থা বা ভাব
ଉଦାହରଣ : মোৰ কাৰণে যি কাম কঠিন আছিল অৰুণাই তাক সহজতে কৰি দিলে
ସମକକ୍ଷ : ঋজুতা, সহজ, সৰলতা
ସଂସ୍ଥାପନ କରନ୍ତୁ