ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ সহজ ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

সহজ   বিশেষ্য

ଅର୍ଥ : সহজ হোৱা অৱস্থা বা ভাব

ଉଦାହରଣ : মোৰ কাৰণে যি কাম কঠিন আছিল অৰুণাই তাক সহজতে কৰি দিলে

ସମକକ୍ଷ : ঋজুতা, সহজতা, সৰলতা

সহজ   বিশেষণ

ଅର୍ଥ : যি চিন্তা, দুখ, কষ্ট আদিৰ পৰা মুক্ত হয়

ଉଦାହରଣ : নিজৰ মনৰ কথা কৈ দিয়াৰ পিছত এতিয়া মই পাতল হৈ গʼলো

ସମକକ୍ଷ : পাতল

ଅର୍ଥ : যিটো সহজে বুজা যায়

ଉଦାହରଣ : ৰামচৰিত মানস এখন বোধগম্য গ্রন্থ

ସମକକ୍ଷ : বোধগম্য, বোধ্য, সহজ-সৰল, সুবোধ, সৰল

ଅର୍ଥ : স্বভাৱতে বা নিজে নিজে হোৱা

ଉଦାହରଣ : আনৰ দুখ দেখি দুখী হোৱাটো স্বাভাৱিক প্রতিক্রিয়া

ସମକକ୍ଷ : অকৃত্রিম, নৈসর্গিক, প্রাকৃত, প্রাকৃতিক, স্বভাৱগত, স্বভাৱজাত, স্বাভাৱিক

ଅର୍ଥ : মনত জটিলতা নথকা আৰু পোনপটীয়া স্বভাৱৰ:আজিকালি সৰল মানুহক বুর্বক বুলিহে কয়

ଉଦାହରଣ :

ସମକକ୍ଷ : অমায়িক, উদাৰ-চিতীয়া, খোলামনৰ, চিধা, চিধা-চাধা, নির্জু, পেটেমুখে একে, সহজ-সৰল, সৰল, সৰল-চিতীয়া, সৰলপ্রকৃতি, সৰলমতি, সৰলমনা, সৰলস্বভাৱ, সৰলহৃদয়, হলহলীয়া, হোজা, ্ ঠাণ্ডা-মুণ্ডা

ଅର୍ଥ : জটিলতা নোহোৱা আৰু যিটো সোনকালে হয়

ଉଦାହରଣ : ভক্তি ভগৱান লাভৰ সহজ পথ

ସମକକ୍ଷ : অজটিল, অনায়াসসাধ্য, উজু, ঢিলা, সহজ-সৰল, সহজসাধ্য, সুকৰ, সুখসাধ্য, সুগম, সৰল