ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ সময় ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

সময়   বিশেষ্য

ଅର୍ଥ : ভোজন কৰাৰ নিশ্চিত সময়

ଉଦାହରଣ : আজিও আমাৰ দেশৰ দুখীয়াসকলে দিনে দুবেলা খাবলৈ নাপায়

ସମକକ୍ଷ : বেলা

ଅର୍ଥ : যি সাধন স্বৰূপ সময়াবধি কাৰোবাৰ নিয়ন্ত্রণত থাকে

ଉଦାହରଣ : মোৰ ওচৰত খাবৰ বাবেও সময় নাই মোৰ বেছিভাগ সময় আপোনাৰ এই কামতেই গুছি গʼল

ଅର୍ଥ : অতীত, বর্ত্্মান আৰু ভৱিষ্যতৰ ধাৰণাৰ বাবে মিনিট, ঘণ্টা, বছৰ আদিত জোখা দূৰত্ব বা গতি

ଉଦାହରଣ : সময় কাৰোবাবে ৰৈ নাথাকে

ସମକକ୍ଷ : কাল, ক্ষণ, বেলা

ଅର୍ଥ : * যিখিনি সময়ক লৈ কাৰোবাৰ জীৱন গঢ় লৈ উঠিছে

ଉଦାହରଣ : ৰজাৰ শেষৰ সময়খিনি বৰ কষ্টদায়ক আছিল

ସମକକ୍ଷ : মুহূর্ত

ଅର୍ଥ : কোনো বিশেষ অৱস্থাত কোনো কাম কৰাৰ কাৰণে বা নিজৰ দায়িত্ব সম্পূর্ণ ্কৰাৰ কাৰণে পোৱা সময়

ଉଦାହରଣ : ঋণ পৰিশোধ কৰাৰ কাৰণে আপোনাক আৰু চাৰিদিনৰ সময় দিয়া হৈছে

ଅର୍ଥ : কোনো কাম বা উদ্দেশ্য সহজতে সোনকালে আৰু সুবিধাজনকভাৱে হোৱা এক সময় বা পৰিস্থিতি

ଉଦାହରଣ : এই কামটো কৰিবৰ সময় হʼল

ସମକକ୍ଷ : ক্ষণ, দাও, বেলা, সুচল, সুযোগ

ଅର୍ଥ : ইতিহাসৰ এনে এটা বৃহৎ সময়, যʼত প্রধানকৈ একে ধৰণৰ কাম, ঘটনা আদি হয়

ଉଦାହରଣ : বৈষ্ণৱ যুগক অসমীয়া সাহিত্যৰ স্বর্ণ-যুগ বোলা হয়

ସମକକ୍ଷ : কাল, যুগ