ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ সম্বন্ধ ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

সম্বন্ধ   বিশেষ্য

ଅର୍ଥ : বিবাহ বা তাৰ নিশ্চয়

ଉଦାହରଣ : মংগলাৰ বাবে বিলাসপুৰত সম্বন্ধ ঠিক হʼল

ଅର୍ଥ : দুটা বস্তুৰ মাজত কোনো ধৰণৰ সম্পর্কৰ বিষয়ে বর্ণ্্না কৰা তত্ত্ববিশেষ

ଉଦାହରଣ : একেলগে থাকোতে থাকোতে জন্তুৰ লগতো সম্বন্ধ হৈ যায়

ସମକକ୍ଷ : সম্পর্ক

ଅର୍ଥ : সম্বন্ধীয় হোৱা এক অৱস্থা

ଉଦାହରଣ : সম্বন্ধ দুয়োফালৰ পৰা বর্তাই ৰাখিলেহে জীয়াই থাকে

ଅର୍ଥ : মানুহৰ সেই পাৰস্পৰিক সম্বন্ধ যিটো এটা বংশত জন্ম লোৱা অথবা বিবাহ আদি কৰাৰ পৰা হয়

ଉଦାହରଣ : মাধুৰিমাৰ সৈতে আপোনাৰ সম্পর্ক কি ?

ସମକକ୍ଷ : সম্পর্ক

ଅର୍ଥ : একেলগে মিলি থকা, জোৰা লগা বা বান্ধ খোৱা কার্য

ଉଦାହରଣ : বানপানীৰ কাৰণে গাঁৱৰ সম্বন্ধ অন্য ঠাইৰ সৈতে বিচ্ছিন্ন হৈ পৰিল প্রেম-ভাৱেৰে পাৰস্পৰিক ্সম্পর্কত ঘনিষ্ঠতা আনিব পাৰি

ସମକକ୍ଷ : সম্পর্ক

ଅର୍ଥ : কোনো ধৰণৰ লগা-ভগা বা সম্পর্ক

ଉଦାହରଣ : এই কামটোৰ সৈতে ৰামৰ কোনো সম্পর্ক নাই

ସମକକ୍ଷ : মতলব, সম্পর্ক