ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : মানৱ সমাজত বংশ-পৰম্পৰা অনুসৰি কৰা শ্রেণীবিভাগ:হিন্দু সমাজত একে জাতিৰ ভিতৰতে বিয়া হোৱা প্রথা আছে
ଉଦାହରଣ :
ସମକକ୍ଷ : কুল, গোত্র, জাত, জাত-কুল, জাতি, বংশ, বর্ণ, ্ জাত-পাত
ଅର୍ଥ : কোনো বিশেষ ধার্মিক মত বা প্রণালী
ଉଦାହରଣ : তেওঁ শৈৱ ্সম্প্রদায়ৰ অনুগামী
ସମକକ୍ଷ : পন্থ
ଅର୍ଥ : কোনো বিষয় বা সিদ্ধান্তৰ বিষয়ে একেধৰণৰ মত পোষণ কৰা লোক বা শ্রেণী
ଉଦାହରଣ : জৈন ধর্মৰ অন্তর্গত ্দুটা শাখা আছে- দিগম্বৰ আৰু শ্বেতাম্বৰ
ସମକକ୍ଷ : শাখা
ସଂସ୍ଥାପନ କରନ୍ତୁ