ଅର୍ଥ : যি ্ সর্বতোপ্রকাৰে পূর্ণ ্ বা ভৰি থকা
ଉଦାହରଣ :
লালাজীৰ ঘৰ ধন-ধানেৰে পৰিপূর্ণ
ସମକକ୍ଷ : খুন্দখাই থকা-, ঠাহখাই থকা-, পূর্ণ, পৰিপূর্ণ, ভর্তি, ভৰপূৰ
ଅର୍ଥ : আৰম্ভণিৰ পৰা শেষলৈকে
ଉଦାହରଣ :
তেওঁ এই ্ঘটনাটোৰ সম্পূর্ণ বর্ণ্্না পুলিচৰ আগত দাঙি ধৰিলে
ସମକକ୍ଷ : আদ্যোপান্ত
ଅର୍ଥ : কোনো অংশ বা খণ্ডৰ গোটেইখিনি
ଉଦାହରଣ :
বেঙেনাৰ আঞ্জা বনাবৰ কাৰণে সেইখিনি প্রথমে সম্পূর্ণকৈ ভাজিব লাগে
ସମକକ୍ଷ : পূৰা
ଅର୍ଥ : যʼত একো কম হৈ থকা নাই
ଉଦାହରଣ :
তেওঁ নিজৰ বন্ধুক সৈমান কৰিবলৈ সম্পূর্ণ ্চেষ্টা কৰিলে