ଅର୍ଥ : দুটা বস্তুৰ মাজত কোনো ধৰণৰ সম্পর্কৰ বিষয়ে বর্ণ্্না কৰা তত্ত্ববিশেষ
ଉଦାହରଣ :
একেলগে থাকোতে থাকোতে জন্তুৰ লগতো সম্বন্ধ হৈ যায়
ସମକକ୍ଷ : সম্বন্ধ
ଅର୍ଥ : মানুহৰ সেই পাৰস্পৰিক সম্বন্ধ যিটো এটা বংশত জন্ম লোৱা অথবা বিবাহ আদি কৰাৰ পৰা হয়
ଉଦାହରଣ :
মাধুৰিমাৰ সৈতে আপোনাৰ সম্পর্ক কি ?
ସମକକ୍ଷ : সম্বন্ধ
ଅର୍ଥ : একেলগে মিলি থকা, জোৰা লগা বা বান্ধ খোৱা কার্য
ଉଦାହରଣ :
বানপানীৰ কাৰণে গাঁৱৰ সম্বন্ধ অন্য ঠাইৰ সৈতে বিচ্ছিন্ন হৈ পৰিল প্রেম-ভাৱেৰে পাৰস্পৰিক ্সম্পর্কত ঘনিষ্ঠতা আনিব পাৰি
ସମକକ୍ଷ : সম্বন্ধ
ଅର୍ଥ : কথা-বতৰাৰ আদান প্রদান
ଉଦାହରଣ :
মই ভালেমান দিনৰ পৰা আপোনাৰ সৈতে সম্পর্ক কৰিবলৈ বিচাৰি আছিলোঁ
ସମକକ୍ଷ : ্যোগাযোগ