ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : একে ঠাইতে উপস্থিত বা এটাতকৈ অধিকভাৱে থকা মানুহ, পশু আদিৰ গোট বা শ্রেণী বিশেষ
ଉଦାହରଣ : খেতিডৰা পশুৰ জাকে আহি খাস্তাং কৰি থৈ গʼল
ସମକକ୍ଷ : জাক, পাল, সমূহ
ଅର୍ଥ : সামান্য ধর্ম ্অথবা স্বৰূপ নি্র্ণয়ৰ বাবে কৰা পদার্থ আদিৰ সমূহ
ଉଦାହରଣ : অর্থৰ ্আধাৰত এই শ্্ব্দবোৰক তিনিটা শ্রেণীত ভগাব পাৰি
ସମକକ୍ଷ : শ্রেণী, ্বর্গ
ଅର୍ଥ : যিমান আছে সকলোখিনি
ଉଦାହରଣ : এই গাঁওখনৰ মুঠ বাসিন্দা কিমান ?
ସମକକ୍ଷ : মুঠ, সকলো, সমগ্র, সমস্ত, সম্পূর্ণ, সর্বমুঠ
ସଂସ୍ଥାପନ କରନ୍ତୁ