ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : নিজৰ প্রতিনিধি বাচনি কৰাৰ অধিকাৰ থকা ঠাই বা ক্ষেত্র
ଉଦାହରଣ : কিছুমান সমষ্টিত নি্র্বাচনৰ সময়ত বহুত গণ্ডগোল হয়
ସମକକ୍ଷ : নি্র্বাচন সমষ্টি
ଅର୍ଥ : একে ঠাইতে জমা কৰা বা হোৱা একাধিক বস্তুৰ একত্রিত ৰূপ
ଉଦାହରଣ : সমূহ ৰাইজৰ হৈ তেওঁ ্ কথাষাৰ কʼলে সুৰেশে খৰিৰ দʼমত জুই লগাই দিলে
ସମକକ୍ଷ : গণ, গোট, জাক, জুম, দʼম, দল, পাল, পুঞ্জ, বাঁহ, মখা, মাউখ, যূথ, সমূহ
ଅର୍ଥ : একে ধৰণৰ বহুত বস্তুৰ কিছুমান ওখ সমষ্টি
ଉଦାହରଣ : ৰাম আৰু শ্যামৰ মাজত শস্যৰ দʼমৰ ভাগ-বাটোৱাৰা হʼল
ସମକକ୍ଷ : গোট, দʼম, সমূহ, ৰাশি
ସଂସ୍ଥାପନ କରନ୍ତୁ