ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ সমর্পণ ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

সমর্পণ   বিশেষ্য

ଅର୍ଥ : যুদ্ধ, বিবাদ আদি বন্ধ কৰি নিজকে শত্রু বা বিপক্ষৰ হাতত অর্পণ ্কৰা কা

ଉଦାହରଣ : ৰজা পুৰুৱে আলেকজেণ্ডাৰৰ সন্মুখত আত্মসমর্পণ কৰিছিল

ସମକକ୍ଷ : আত্মসমর্পণ

ଅର୍ଥ : কাৰোবাক আদৰ সহকাৰে কিবা দিয়া বা পৰিৱেশন কৰা কার্য

ଉଦାହରଣ : সমর্পণৰ ্কাৰণে শ্রদ্ধাৰ আৱশ্যক

ସମକକ୍ଷ : অর্পণ, নিবেদন

ଅର୍ଥ : ধর্ম ্ভাৱেৰে বা শ্রদ্ধা-ভক্তিপূর্বক কিবা কৈ অর্পিত কৰা ভাৱ

ଉଦାହରଣ : ভগৱান কৃষ্ণৰ প্রতি মীৰাৰ সমর্পণ তেওঁৰ ্দ্বাৰা ৰচিত গীতবোৰত পৰিলক্ষিত হয়