ଅର୍ଥ : সন্মোহিত কৰা কার্য ্বা ভাব
ଉଦାହରଣ :
তেওঁৰ ্কথাত সন্মোহন আছিল, কিয়নো তেওঁ যেনেদৰে কৈ গৈছিল আমিও সেইদৰেই কৰি গৈছিলোঁ
ଅର୍ଥ : টোপনিৰ অৱস্থাত কোনো ব্যক্তিয়ে বাহিৰা আকাৰ ইংগিতৰ দ্বাৰা চলা এক অৱস্থা
ଉଦାହରଣ :
মনোবিশেষজ্ঞই সন্মোহনৰ জৰিয়তে তেওঁৰ মানসিক অৱস্থাক বুজিবলৈ চেষ্টা কৰিলে