ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : কোনো গুৰুত্বপূর্ণ বিষয়ৰ আলোচনা কৰিবলৈ আযোজন কৰা অনুষ্ঠান:কৃষকৰ ৰাষ্ট্রীয় সভাত কৃষকসকলৰ সমস্যা সম্পর্কে বিতং আলোচনা কৰা হʼল
ଉଦାହରଣ :
ସମକକ୍ଷ : অধিৱেশন, কনফাৰেন্স, বৈঠক, মিটিং, মেল-মিটিং, সন্মিলনী, সভা
ଅର୍ଥ : কোনো বিশেষ উদ্দেশ্যৰে বা কোনো বিশেষ বিষয়ত আলোচনা কৰিবৰ কাৰণে একত্রিত হোৱা মানৱ সমাজ
ଉଦାହରଣ : সন্মিলনত বহুতো বিদ্বান লোকে অংশ গ্রহণ কৰিছিল
ସମକକ୍ଷ : সম্মিলন
ସଂସ୍ଥାପନ କରନ୍ତୁ