ଅର୍ଥ : যি প্রতিষ্ঠা লাভ কৰিছে
ଉଦାହରଣ :
পণ্ডিত মহেশ নিজৰ ক্ষেত্রত এজন প্রতিষ্ঠিত ব্যক্তি
ସମକକ୍ଷ : অগ্রগনীয়, গণ্যমান্য, নাম থকা-, প্রতিষ্ঠিত, মাননীয়, মান্য, সম্ভ্রান্ত
ଅର୍ଥ : যাক সন্মান কৰা হৈছে
ଉଦାହରଣ :
সভাৰ অধ্যক্ষই সভাত উপস্থিত সকলো বিদ্বানকে ফুলৰ থোপাৰে সন্মানিত কৰিলে
ସମକକ୍ଷ : সম্মানিত