ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : কোনো বস্তু পচন্দ কৰা বা ভাল বুলি অনুভৱ কৰা কার্য ্বা ভাব
ଉଦାହରଣ : তেওঁৰ সন্মতিত আমি সন্তুষ্ট হৈছোঁ
ସମକକ୍ଷ : অনুমোদন, স্বীকৃতি
ଅର୍ଥ : ওঁ বুলি কোৱা কার্য
ଉଦାହରଣ : দেউতাই সন্মতি দিলেহে মই এইটো কাম কৰিম
ସମକକ୍ଷ : হয়ভৰ
ଅର୍ଥ : সহমত প্রকাশ কৰা ভাব বা কার্য
ଉଦାହରଣ : তেওঁলোক দুয়োজনে সন্মতি জনাইছে
ସମକକ୍ଷ : ্মান্তি, ্সমর্থন, ৰাজি, ৰাজী
ଅର୍ଥ : বিশেষ অৱস্থাত কাম কৰিবলৈ অথবা কর্তব্য বা দায়িত্ব পূৰণ কৰিবলৈ কাৰোবাক দিয়া অনুমতি
ଉଦାହରଣ : পৰীক্ষাত কেলকুলেটৰ ব্যৱহাৰৰ সুযোগ দিয়া হৈছে
ସମକକ୍ଷ : অনুজ্ঞা দান, মঞ্জুৰি, সুযোগ
ସଂସ୍ଥାପନ କରନ୍ତୁ