ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ সন্ধি ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

সন্ধি   বিশেষ্য

ଅର୍ଥ : দুই বা ততোধিক অংগ, খণ্ড বা বস্তু আদিৰ জোৰা লগা স্থান

ଉଦାହରଣ : কাপোৰৰ জোৰাখিনি ফাটি থাকিল

ସମକକ୍ଷ : জোৰা, সন্ধি স্থল, সন্ধি-স্থল

ଅର୍ଥ : ব্যাকৰণত ওচৰা ওচৰিকৈ থকা দুটা শ্্ব্দৰ মিলন ঘটি হোৱা ৰূপান্তৰ

ଉଦାହରଣ : বিদ্যা আৰু আলয়ৰ মাজত সন্ধি হৈ বিদ্যালয় হৈছে

ଅର୍ଥ : লেন-দেন, ব্যৱহাৰ, কাজিয়া আদি ্ সম্পর্কত ্ সকলো পক্ষৰ পৰস্পৰৰ মাজত হোৱা নিষ্পত্তি

ଉଦାହରଣ : কাশ্মীৰৰ সমস্যা সন্দর্ভত ্ ভাৰত-পাকিস্তানৰ মাজত সন্ধি হোৱা আৱশ্যক

ସମକକ୍ଷ : সন্ধিচুক্তি

ଅର୍ଥ : শৰীৰৰ অংগৰ যিখিনি অংশত ্ ভাঁজ লগাব পাৰি বা হাওলিব পাৰি

ଉଦାହରଣ : মোৰ আঙুলিৰ ্ গাঁঠিত বিষ হৈছে

ସମକକ୍ଷ : গাঁঠি, গ্রন্থি, জোৰা

ଅର୍ଥ : এতিয়াৰ পৰা আমি নিজৰ মাজত কেতিয়াও যুদ্ধ নকৰো আৰু মিত্রভাৱে থাকিম অথবা ঠাইভেদে নির্দিষ্ট নিয়ম মানি চলিম বুলি ৰাজ্য, দল আদিৰ মাজত হোৱা নিশ্চিতি:আভ্যন্তৰীণ কার্যত হস্তক্ষেপ নকৰো বুলি দুয়োখন ৰাজ্যৰ মাজত সন্ধি হʼল

ଉଦାହରଣ :

ସମକକ୍ଷ : চুক্তি, বুজাপৰা