ଅର୍ଥ : যি মানুহক আতংকিত কৰে
ଉଦାହରଣ :
কাশ্মীৰত চাৰিটা সন্ত্রাসবাদী পুলিচৰ গুলীত ধৰাশায়ী হʼল
ସମକକ୍ଷ : আতংকবাদী
ଅର୍ଥ : সন্ত্রাসবাদৰ বা সন্ত্রাসবাদ সম্বন্ধীয়
ଉଦାହରଣ :
বর্ত্্মান ভালেমান নেতাও সন্ত্রাসবাদী কার্য-্কলাপত জড়িত থকাৰ প্রমাণ পোৱা গৈছে