ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ সন্তোষ ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

সন্তোষ   বিশেষ্য

ଅର୍ଥ : কোনো কথা বা কামৰ বাঞ্ছা নকৰাকৈ সদায় প্রসন্ন হৈ থকা মনৰ এক অৱস্থা

ଉଦାହରଣ : সন্তোষে মানুহৰ সুখ আৰু শান্তি প্রদান কৰে

ଅର୍ଥ : তৃপ্ত হোৱাৰ অৱস্থা বা ভাব

ଉଦାହରଣ : বুদ্ধই জ্ঞানপ্রাপ্তিৰ পিছত তৃপ্তি লভিলে

ସମକକ୍ଷ : তৃপ্তি, পৰিতুষ্টি, পৰিতৃপ্তি, পৰিতোষ, সন্তুষ্টি

ଅର୍ଥ : ভয়ানক অৱস্থাতো হোৱা সন্তোষজনক কোনো কথা

ଉଦାହରଣ : সন্তোষৰ কথা যে গুলীটো ভৰিত লাগিল

ଅର୍ଥ : সন্তুষ্ট হোৱাৰ ভাব বা অৱস্থা

ଉଦାହରଣ : ৰামৰ চেহেৰাত সন্তুষ্টিৰ ৰেঙণি আছিল

ସମକକ୍ଷ : আনন্দ, আহ্লাদ, উলাহ, উলাহ-বিলাহ, উল্লাস, খুচ, খুছ, প্রফুল্লতা, প্রসন্নতা, সন্তুষ্টি, স্ফূর্ত্তি, হৰিষ, ্হর্ষ

ଅର୍ଥ : কোনো কথাৰ চিন্তা, অপেক্ষা বা অভিযোগ নথকা বা কোনো কথাৰ দ্বাৰা সম্পূর্ণ্্ভাৱে প্রসন্ন হোৱা ভাব

ଉଦାହରଣ : মোৰ কামৰ দ্বাৰা আপুনি সন্তোষ পাইছেনে নাই

ସମକକ୍ଷ : সন্তুষ্টি