ଅର୍ଥ : সভাত উপস্থিত বহুতো লোক, দর্শকৰ সমূহ
ଉଦାହରଣ :
সদন নৃত্যপটীয়সীৰ নৃত্য উপভোগ কৰাত মগ্ন হৈ আছিল
ଅର୍ଥ : কোনো বিষয় আদিৰওপৰত বিচাৰ-বিবেচনা কৰা বা নিয়ম, বিধান আদি তৈয়াৰ কৰাৰ কাৰণে হোৱা সভা বা তাত উপস্থিত হোৱা লোকৰ সমূহ
ଉଦାହରଣ :
সদনে আজি এই বিধেয়কখন গৃহীত কৰাৰ সম্ভাৱনা আছে
ଅର୍ଥ : যি ঠাইত কোনো বিষয়ৰ বিচাৰ কৰা অথবা নিয়ম, বিধান আদি তৈয়াৰ কৰাৰ বাবে সভা বা অধিৱেশন অনুষ্ঠিত কৰা হয়
ଉଦାହରଣ :
মন্ত্রী মহোদয়ে সদনত এইমাত্র প্রৱেশ কৰিছে
ଅର୍ଥ : যি ভৱনত বহুতো লোক দর্শক-্শ্রোতাৰ ৰূপত উপস্থিত হʼব পাৰে
ଉଦାହରଣ :
নাট্য সদন দর্শকেৰে ভৰি আছিল