ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ সত্য ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

সত্য   বিশেষ্য

ଅର୍ଥ : এনে কোনো কথা যাৰ অনুভূতি বা জ্ঞান কোনো বিশেষ অৱস্থা বা কোনো কাম কৰোতে হয়

ଉଦାହରଣ : ধ্যান অৱস্থাতহে জীৱনৰ মূল সত্যৰ উপলব্ধি হয়

ସମକକ୍ଷ : যথার্থ্্তা

ଅର୍ଥ : যি ন্যায়সংগত, উচিত আৰু ্ ধর্মৰ সৈতে সম্বন্ধিত

ଉଦାହରଣ : সত্য ৰক্ষাৰ কাৰণে তেওঁ নিজৰ জীৱন ্ উচর্গা কৰিলে

ସମକକ୍ଷ : ঋত, ন্যায্য, যথাযথতা, যথার্থত্া, যাথার্থ্য, সঁচ্া, সইত, সত্যতা

সত্য   বিশেষণ

ଅର୍ଥ : যেনেকুৱা বস্তু তেনেকুৱাই থকা বা যʼত কোনো ধৰণৰ বিনির্মাণ বা লুক-ঢাক নাই

ଉଦାହରଣ : সাক্ষীয়ে ভয় খাই সঁ্চা কথা নকʼলে

ସମକକ୍ଷ : ঠিক, যথার্থ, সঁ্চা

ଅର୍ଥ : যিটো বাস্তৱত আছে বা হৈছে

ଉଦାହରଣ : মই এইমাত্র এটা অবিশ্বাস্য কিন্তু ্সঁ্চা ঘটনা শুনিলোঁ

ସମକକ୍ଷ : অকল্পিত, অকাল্পনিক, অস্তিত্বশীল, অস্তিমান, প্রকৃত, বাস্তৱ, বাস্তৱিক, যথার্থ, লৌকিক, সঁ্চা, সত্তাযুক্ত, ্ পার্থিৱ