ଅର୍ଥ : এনে যোগাৰ বা ব্যৱস্থা কৰা কার্য যʼত কোনো কাম চলি বা হৈ থাকে
ଉଦାହରଣ :
এই সংস্থাৰ বৰ ভালদৰে সঞ্চালন হৈ আছে
ଅର୍ଥ : গতি প্রদান কৰা বা চলোৱা কার্য
ଉଦାହରଣ :
বিদ্যুতৰ দ্বাৰা ডাঙৰ-ডাঙৰ মেচিনৰ সঞ্চালন সহজে কৰিব পাৰি