ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ সজ্জন ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

সজ্জন   বিশেষ্য

ଅର୍ଥ : চুৰি বা ছল-কপট নকৰা ব্যক্তি

ଉଦାହରଣ : আমি যাক সজ্জন বুলি ভাবিছিলো, তেওঁ বহুত ্ডাঙৰ চোৰ ওলালে

ଅର୍ଥ : যিজন ব্যক্তিয়ে সকলোৰে লগত ভাল, মৰমলগা আৰু উচিত ব্যৱহাৰ কৰে

ଉଦାହରଣ : সৎ লোকৰ আদৰ কৰা

ସମକକ୍ଷ : ভাল মানুহ, সুজন, সৎপুৰুষ, সৎলোক

সজ্জন   বিশেষণ

ଅର୍ଥ : যি সকলোৰে লগত ভাল, উচিত আৰু প্রিয় ব্যৱহাৰ কৰে

ଉଦାହରଣ : সজ্জন লোকে যিকোনো পৰিস্থিতিত আনৰ ভাল চিন্তা কৰে

ସମକକ୍ଷ : ভাল, সাধু, সুজন, সৎ