ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ সজা ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

সজা   বিশেষ্য

ଅର୍ଥ : চৰাই, জন্তু আদি ভৰাই থʼবলৈ লোহা, বাঁহ আদিৰে সজা যতন বিশেষ

ଉଦାହରଣ : ভাটৌটো সজাৰ পৰা উৰি গʼল

ସମକକ୍ଷ : গঁৰ্াল, পিঁজৰা, পিঞ্জৰ, পিঞ্জৰা

ଅର୍ଥ : পাৰ ৰাখিবলৈ সজা বাহ

ଉଦାହରଣ : পাৰৰ বাহত পাৰবোৰে দানা খাই আছে

ସମକକ୍ଷ : পাৰ-বাহা, পাৰৰ বাহ

সজা   ক্ৰিয়া

ଅର୍ଥ : কোঠা বা বেৰ আদি তৈয়াৰ কৰা কার্য

ଉଦାହରଣ : এতিয়া মিস্ত্রী আৰু শ্রমিকে দেৱাল সাজি আছে

ସମକକ୍ଷ : উঠোৱা, গঁথ্া, বনোৱা, সাজি থকা

ଅର୍ଥ : কাটি-কুটি বা অন্য কোনো ধৰণে কামৰ বস্তু তৈয়াৰ কৰা

ଉଦାହରଣ : তেওঁ ্মাটিৰ মূর্তি সাজি আছে

ସମକକ୍ଷ : আকাৰ দিয়া, গঢ় দিয়া, ৰূপ দিয়া

ଅର୍ଥ : কোনো বস্তুৰ অস্তিত্ব বা অৱয়ব প্রদান কৰা

ଉଦାହରଣ : কুমাৰে কলহ নি্র্মাণ কৰে

ସମକକ୍ଷ : তৈয়াৰ কৰা, নি্র্মাণ কৰা, বনোৱা

ଅର୍ଥ : ঘৰ বা দেৱাল আদি বনোৱা

ଉଦାହରଣ : ৰায়পুৰত আমাৰ দুমহলীয়া ঘৰ উঠাই আছে

ସମକକ୍ଷ : উঠোৱা, বনোৱা