ଅର୍ଥ : কোনো বিভাগ, সংগঠন আদিৰ অধিকাৰী যাৰ পৰামর্শ মতে সকলো কাম হয়
ଉଦାହରଣ :
তেওঁৰ ্ দেউতাক মন্ত্রালয়ৰ সচিব
ସମକକ୍ଷ : চেক্রেটাৰী
ଅର୍ଥ : মালিক বা কোনো সংস্থাৰ কিতাপ-পত্র বা লেখা-মেলা সম্বন্ধীয় কার্যৰ সহায়ক
ଉଦାହରଣ :
মোহনক এই উপসমিতিখনৰ সম্পাদক কৰা হʼল
ସମକକ୍ଷ : সম্পাদক