ଅର୍ଥ : প্রাচীন ভাৰতীয় ্আর্যসকলৰ ্সাহিত্যিক ভাষা বিশেষ যাৰ আলমত বেদ আদি লিখা হৈছে
ଉଦାହରଣ :
সংস্কৃতক দেৱভাষা আখ্যা দিয়া হয়
ସମକକ୍ଷ : সংস্কৃত ভাষা
ଅର୍ଥ : সংস্কতৰ বা সংস্কৃত ভাষাৰ সৈতে সম্বন্ধ থকা
ଉଦାହରଣ :
ৰঞ্জনে সংস্কৃত সাহিত্যৰ অধ্যয়ন কৰি আছে