ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : সংসাৰ বা ভূমণ্ডলৰ বিশেষ হিচাপে গণ্য কৰা এক ভাগ
ଉଦାହରଣ : পোক-পতঙ্গৰ এখন বেলেগ জগত আছে
ସମକକ୍ଷ : জগত, দুনীয়া, বিশ্ব
ଅର୍ଥ : পৃথিৱীত থকা লোক
ଉଦାହରଣ : মহাত্মা গান্ধীক সকলো জনতাই সন্মান কৰে
ସମକକ୍ଷ : জগত, জনতা, জনসাধাৰণ, বিশ্ব, লোক, ৰাইজ
ଅର୍ଥ : যি ঠাইত আমি প্রাণীবোৰে বাস কৰো
ଉଦାହରଣ : সংসাৰত জন্মিলে এদিন মৰিবই লাগিব
ସମକକ୍ଷ : ইহজগত, ইহলোক, জগত, জাহান, জীৱলোক, দুনীয়া, ধৰাতল, নৰলোক, পৃথিৱী, পৃথিৱীলোক, বসুধা, বিশ্ব, ভুৱন, ভৱসাগৰ, মনুষ্যলোক, মর্ত্যলোক, মৰজগত, লোক, সৃষ্টি
ସଂସ୍ଥାପନ କରନ୍ତୁ