ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : যিটো আশংকিত নহয়
ଉଦାହରଣ : মহাভাৰত যুদ্ধৰ পিছত পাণ্ডৱে শংকাহীনভাৱে কিছুকাল ৰাজ্য শাসন কৰিছিল
ସମକକ୍ଷ : অশংক, অশঙ্ক, নিশংকা, নিশঙ্কা, শংকাহীন, শঙ্কাহীন
ଅର୍ଥ : যʼত সন্দেহ নাই
ଉଦାହରଣ : মাৰ সন্দেহহীন কথা শুনি মই নিশ্চিত হʼলোঁ
ସମକକ୍ଷ : অসন্দিগ্ধ, নিঃসন্দেহ, প্রতীত, প্রত্যয়িত, সন্দেহহীন
ସଂସ୍ଥାପନ କରନ୍ତୁ