ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : সংযোজিত হোৱা ভাব বা ক্রিয়া
ଉଦାହରଣ : এই ঔষধটোত ভালেমান পদার্থৰ সংমিশ্রণ ঘটোৱা হৈছে
ସମକକ୍ଷ : সংমিশ্রণ, সমাহাৰ, সমাৱেশ
ଅର୍ଥ : কোনো বস্তুত থকা কোনো ধৰণৰ ত্ৰুটি বা অভাৱ পূৰণ কৰিবৰ কাৰণে পিছৰ পৰা অলপ লগ লগোৱা, মিলোৱা বা বঢ়োৱা কাৰ্য
ଉଦାହରଣ : মই প্ৰথম উত্তৰটো সংযোজন কৰিবলৈ পাহৰি থাকিলোঁ
ସଂସ୍ଥାପନ କରନ୍ତୁ