ଅର୍ଥ : মন বা চিত্তৰ বৃত্তিক বশ কৰা ক্রিয়া
ଉଦାହରଣ :
সংযমৰ দ্বাৰা ৰোগৰ পৰা ৰক্ষা পাব পাৰি
ସମକକ୍ଷ : আত্মনিগ্রহ, আত্মসংযম, আত্মিনয়ন্ত্রণ, সংযমন, সংযমী
ଅର୍ଥ : ইন্দ্রিয়ক বশ কৰা কার্য
ଉଦାହରଣ :
সংযমৰ দ্বাৰাহে মানুহে সুখ-শান্তি প্রাপ্ত কৰিব পাৰে
ସମକକ୍ଷ : আত্মসংযম, ইন্দ্রিয়জয়, ইন্দ্রিয়দমন