ଅର୍ଥ : দুই বা ততোধিক বস্তু একেলগে মিহলি কৰা কার্য
ଉଦାହରଣ :
কবিৰাজে ঔষধৰ মিশ্রণ কৰি আছে
ସମକକ୍ଷ : মিশ্রণ
ଅର୍ଥ : ঔষধ তৈয়াৰ কৰিবৰ বাবে বহুতো ঔষধক একেলগে মিলেৱা কার্য
ଉଦାହରଣ :
কবিৰাজে সংমিশ্রণ বনোৱাত লাগি আছে
ଅର୍ଥ : মিহলি হোৱা কার্য
ଉଦାହରଣ :
ভালেমান ঔষধিৰ সংমিশ্রণত ছ্যবনপ্রাছ তৈয়াৰ কৰা হয়