ଅର୍ଥ : সঞ্চিত বা একত্রিত কৰা
ଉଦାହରଣ :
তেওঁ ঘৰ ্সাজিবৰ কাৰণে অতি কষ্ট কৰি এটা এটাকৈ পইচা গোটাইছে
ସମକକ୍ଷ : একত্রিত কৰা, গোটোৱা, জমা কৰা, সঞ্চিত কৰা
ଅର୍ଥ : মানুহৰ পৰা ধন আৰু কোনো বস্তু লৈ একগোট কৰা
ଉଦାହରଣ :
তেওঁ ব্যৱসায়ী সকলৰ পৰা কৰ আদায় কৰিছে
ସମକକ୍ଷ : আদায় কৰা