ଅର୍ଥ : যিজনে কোনো বস্তু আদিৰ সংগ্রহ কৰে
ଉଦାହରଣ :
দুর্লভ বস্তু আদিৰ সংগ্রহ কৰিবৰ কাৰণে সংগ্রহকাৰীসকলে বহু কষ্ট কৰিবলগীয়া হয়
ସମକକ୍ଷ : মজুতকাৰী
ଅର୍ଥ : সংগ্রহ কৰোঁতা
ଉଦାହରଣ :
বিষয়াবর্গই শস্য সংগ্রহকাৰী বেপাৰীৰ গোদাম ঘৰৰ তালাচী চলালে
ସମକକ୍ଷ : মজুতকাৰী