ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ সংগঠন ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

সংগঠন   বিশেষ্য

ଅର୍ଥ : অসংগঠিত শক্তিসমূহক একগোট কৰাৰ উদ্দেশ্যে গঠন কৰা সংস্থা বিশেষ

ଉଦାହରଣ : ভাৰতবর্ষক বিদেশী শাসনৰ পৰা মুক্ত কৰিবৰ কাৰণে পৃথকে পৃথকে ভালেমান সংগঠন গঢ় দিয়া হৈছিল

ଅର୍ଥ : কোনো কার্য ্বা উদ্দেশ্য সিদ্ধিৰ কাৰণে গঠন কৰা মানুহৰ সমূহ

ଉଦାହରଣ : সম্প্রতি সমাজত নিতৌ নতুন-নতুন দলৰ জন্ম হৈ আছে

ସମକକ୍ଷ : দল, মণ্ডল, মণ্ডলী

ଅର୍ଥ : একেলগে কোনো কাম কৰা ব্যক্তিৰপ সমূহ

ଉଦାହରଣ : ৰাম এটা বেচৰকাৰী সংগঠনৰ সদস্য

ସମକକ୍ଷ : সংস্থা