ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : কাৰোবাৰ পৰিচয়ৰ কাৰণে দিয়া বা বলবৎ কৰা সংখ্যা বা সংখ্যাৰ সমূহ
ଉଦାହରଣ : খেলুৱৈ সকলৰ কাৰণে বেলেগ-বেলেগ সংখ্যা নির্ধাৰণ কৰা হৈছে
ସମକକ୍ଷ : অংক
ଅର୍ଥ : কোনো নির্দিষ্ট সময়ৰ মূৰে-মূৰে এবাৰকৈ প্রকাশ পাই থকা পত্র, পত্রিকা আদি
ଉଦାହରଣ : এইটো এই পত্রিকাখনৰ দ্বিতীয় সংখ্যা
ସମକକ୍ଷ : অংক, খণ্ড, নম্বৰ
ଅର୍ଥ : এক, দুই, তিনি আদি সুনির্দিষ্ট বস্তুৰ পৰিমাণ বুজোৱা গাণিতিক সংকেট
ଉଦାହରଣ : এক কোটি বহুত ডাঙৰ সংখ্যা
ସମକକ୍ଷ : অংক, অঙ্ক, ৰাশি
ଅର୍ଥ : সংখ্যাৰ চিহ্ন
ଉଦାହରଣ : ০, ১, ২, ৩, ৪, ৫, ৬, ৭, ৮, ৯ আদি অংক
ସମକକ୍ଷ : অংক, অঙ্ক
ଅର୍ଥ : কোনো বস্তু আদিৰ পৰিমাপ বা মাত্রা
ଉଦାହରଣ : আহতৰ সংখ্যা বহুত বেছি
ସଂସ୍ଥାପନ କରନ୍ତୁ