ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ সংকৰ ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

সংকৰ   বিশেষ্য

ଅର୍ଥ : উন্নত জাত সৃষ্টিৰ বাবে বা কোনো নতুন জাতি বা বর্গ উৎপন্ন কৰিবৰ বাবে ভিন ভিন জাতি বা বর্গৰ জন্তু বা উদ্ভিদৰ মাজত সংসর্গ কৰোৱা কার্য

ଉଦାହରଣ : ঘোঁৰা আৰু গাধৰ সংকৰৰ পৰা খচ্চৰ সৃষ্টি হৈছে

ସମକକ୍ଷ : সঙ্কৰ

ଅର୍ଥ : দুই বা ততোধিক বস্তু মিহলাই প্রস্তুত কৰা বস্তু

ଉଦାହରଣ : প্রসাদ এবিধ মিশ্রণ

ସମକକ୍ଷ : মিশ্রণ, সংমিশ্রণ

সংকৰ   বিশেষণ

ଅର୍ଥ : সংকৰৰ পৰা উৎপন্ন

ଉଦାହରଣ : ইয়াত ঘোঁৰা আৰু গায়ৰ উন্নত সংকৰজ জাতিৰ উৎপন্ন কৰা হয়

ସମକକ୍ଷ : বর্ণ সংকৰ, সংকৰজ