ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : নিজৰ ভাৱত বিভোৰ হৈ থকা অথবা সংকোচ, দোষ আদিৰ কাৰণে আনৰ সন্মুখত মূৰ তুলি চাব বা কথা কʼব নোৱাৰা এক অৱস্থা
ଉଦାହରଣ : লাজৰ কোবতে তেওঁ একো কʼব নোৱাৰিলে
ସମକକ୍ଷ : চৰম, লাজ
ଅର୍ଥ : কোনো কাম কৰাৰ আগতে মনত হোৱা উচপিচ অৱস্থা
ଉଦାହରଣ : দীপাক এই উপহাৰটো দিবলৈ মোৰ সংকোচ লাগিছে
ସମକକ୍ଷ : কুণ্ঠাবোধ
ସଂସ୍ଥାପନ କରନ୍ତୁ