ଅର୍ଥ : বিপত্তিৰ সম্ভাৱনা থকা স্থিতি
ଉଦାହରଣ :
তেওঁ নিজৰ জীৱন বিপদত পেলাই ডুবিবলৈ লোৱা শিশুটোক বচালে
ସମକକ୍ଷ : অথন্তৰ, আপদ, আপদ-বিপদ, আফত, আলৈ-আথানি, আলৈ-আহুকাল, আলৈ-বিপদ, আলৈ-বিলৈ, জংকট, নিদান, পয়মাল, পৰাঠ, বিঘিনি, বিপত্তি, বিপদ, বিপদ-আপদ, বিপদ-বিঘিনি, বিপাক, বিলাই, বিলাই-বিপত্তি, বেফাই, মস্কিল, হস্কিল-মস্কিল, ্আসোঁৱাহ-বিসোঁৱাহ্
ଅର୍ଥ : কোনো অঘটনীয় ঘটনাৰ পৰা উৎপন্ন হোৱা এনেকুৱা পৰিস্থিতি যʼত ডাঙৰ ক্ষতি হʼব পাৰে
ଉଦାହରଣ :
সংকটতত মগজুৱে কাম নকৰা হয়
ସମକକ୍ଷ : বিপদ