ଅର୍ଥ : যি ঠাইত শৱৰ অন্ত্যেষ্টি ক্রিয়া কৰা হয়
ଉଦାହରଣ :
তান্ত্রিকজনে শ্মশানত সাধনা কৰি আছে
ସମକକ୍ଷ : কবৰ, কবৰখানা, কবৰস্থান, খৰি দিয়া ঠাই, গোৰস্থান, দাহস্থান, মৰিশালি, শশান, শ্মশান, শ্মশানভূমি, শৱদাহস্থান, সমাধিক্ষেত্র, সমাধিভূমি, সমাধিস্থলী, সমাধিস্থান