ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : একে শ্রেণীতে পঢ়ি থকা সকলো বিদ্যার্থী
ଉଦାହରଣ : এজন ছাত্রৰ কাৰণে গোটেই শ্রেণীটোৱে শাস্তি পালে
ସମକକ୍ଷ : ক্লাছ
ଅର୍ଥ : পঢ়া-শুনাৰ ক্ষেত্রত তলৰ আৰু ওপৰৰ স্তৰ
ଉଦାହରଣ : তুমি কোন শ্রেণীত পঢ়া ?
ସମକକ୍ଷ : কক্ষা, ক্লাছ, মহলা
ଅର୍ଥ : সামান্য ধর্ম ্অথবা স্বৰূপ নি্র্ণয়ৰ বাবে কৰা পদার্থ আদিৰ সমূহ
ଉଦାହରଣ : অর্থৰ ্আধাৰত এই শ্্ব্দবোৰক তিনিটা শ্রেণীত ভগাব পাৰি
ସମକକ୍ଷ : সমুদায়, ্বর্গ
ଅର୍ଥ : যোগ্যতা, কর্তব্য আদিৰ বিচাৰেৰে কৰা বিভাগ
ଉଦାହରଣ : গান্ধীজী এজন উচ্চ ্বর্গৰ ্নেতা আছিল
ସମକକ୍ଷ : গোট, বর্গ
ଅର୍ଥ : কোনো কোঠাত উপস্থিত লোক
ଉଦାହରଣ : তেওঁৰ ্কথা শুনি সমগ্র কোঠাটোত হাঁহিৰ ৰোল উঠিল
ସମକକ୍ଷ : কোঠা
ସଂସ୍ଥାପନ କରନ୍ତୁ