ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ শোৱা ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

শোৱা   বিশেষ্য

ଅର୍ଥ : যি শুই আছে বা নিদ্রাত আছে

ଉଦାହରଣ : শোৱাজনক নজগাবা

ସମକକ୍ଷ : সুপ্ত

ଅର୍ଥ : শোৱা কার্য

ଉଦାହରଣ : শোৱাৰ কাৰণে ৰাতিৰ সৃষ্টি হৈছে

ସମକକ୍ଷ : শয়ন

শোৱা   ক্ৰিয়া

ଅର୍ଥ : দেহ আৰু মগজুক বিশ্রাম দিবৰ বাবে টোপনি গৈ থকা অৱস্থা

ଉଦାହରଣ : দিনটোৰ পৰিশ্ৰমৰ অন্তত সি সোনকালে শুলে দিনত টোপনি যোৱাটো স্বাস্থ্যৰ কাৰণে অপকাৰী

ସମକକ୍ଷ : ঘুমটি অহা, টোপনি যোৱা, নিদ্রা অহা